ৰাজনীতি

দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ জামিন মঞ্জুৰ…

দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ জামিন মঞ্জুৰ। আবকাৰী গোচৰত জামিন মঞ্জুৰ কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে। বিগত এবছৰৰো অধিক কাল কাৰাবন্দী হৈ আছিল ছিছোদিয়া। মনীষ চিছ’দিয়াক জামিন...

পেলেষ্টাইনৰ মুছলমানসকলৰ যন্ত্ৰণা দেখা ওৱেইছি বাংলাদেশৰ হিন্দুসকলৰ ওপৰত হোৱা আক্রমণক লৈ মৌন : অজয় আলোক…

বাংলাদেশৰ হিংসাৰ সন্দৰ্ভত আছাদুদ্দিন ওৱেইছিঃ বাংলাদেশত হিন্দুসকলৰ ওপৰত সংঘটিত আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন (AIMIM)ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে। বাংলাদেশত সংখ্যালঘু লোকৰ...

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ দেহাৱসান…

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ দেহাৱসান। ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। ২০০০ চনৰ পৰা ২০১১ চনলৈকে, একেৰাহে ১১...

অস্থিৰতাৰ মাজতে আজি বাংলাদেশত অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ শপত ! বাংলাদেশৰ সময় অনুসৰি নিশা ৮ বজাত হ’ব শপতগ্ৰহণ অনুষ্ঠান…

অস্থিৰতাৰ মাজতে আজি বাংলাদেশত অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ শপত। ন'বেল বিজয়ী মহম্মদ ইউনুছ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা। বাংলাদেশৰ সময় অনুসৰি নিশা ৮ বজাত হ’ব শপতগ্ৰহণ অনুষ্ঠান।...

৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন ! মনোনয়ন-পত্র দাখিলৰ অন্তিম দিন ২১ আগষ্ট…

৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ নিৰ্বাচনৰাজ্যসভাত খালী হৈ আছে ১২খনকৈ আসনঅসমত খালী হৈ আছে ৰাজ্যসভাৰ দুখনকৈ আসন মনোনয়ন-পত্র দাখিলৰ অন্তিম দিন ২১ আগষ্ট২২ আগষ্টত হ'ব...

Popular