ৰাজনীতি

৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন ! মনোনয়ন-পত্র দাখিলৰ অন্তিম দিন ২১ আগষ্ট…

৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ নিৰ্বাচনৰাজ্যসভাত খালী হৈ আছে ১২খনকৈ আসনঅসমত খালী হৈ আছে ৰাজ্যসভাৰ দুখনকৈ আসন মনোনয়ন-পত্র দাখিলৰ অন্তিম দিন ২১ আগষ্ট২২ আগষ্টত হ'ব...

আমবাৰীত অগপৰ চাৰিখনকৈ গুৰুত্বপূৰ্ণ সভা ! সৰ্বস্তৰতে অগপক শক্তিশালী কৰাৰ সংকল্প লবলৈ আহ্বান অতুল বৰাৰ…

আমবাৰীত অগপৰ চাৰিখনকৈ গুৰুত্বপূৰ্ণ সভানিৰ্বাচন কেন্দ্ৰীক তৎপৰতাৰে ব্যাপক সাংগঠনিক কাৰ্য্যসূচীসৰ্বস্তৰতে অগপক শক্তিশালী কৰাৰ সংকল্প লবলৈ আহ্বান অতুল বৰাৰ আজি অসম গণ পৰিষদ দলৰ আমবাৰীস্থ মুখ্য...

গুৱাহাটীক স্মাৰ্ট চিটিলৈ ৰূপান্তৰ কৰাৰ সপোন দেখুওৱা চৰকাৰখনৰ আচল স্বৰূপ যোৱা কালিৰ কৃত্ৰিম বানে উদঙাই দিলে : দেৱব্রত শইকীয়া…

যোৱা কালি বৰষুণৰ ফলত সমগ্ৰ গুৱাহাটী কৃত্ৰিম বানত ককবকাই থকাৰ সময়ত ৰজাঘৰীয়া ব্যস্ত আছিল দিছপুৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত লোক সেৱা ভৱনৰ সভা গৃহত বিজেপি দলৰ...

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াক মুক্তিৰ নিৰ্দেশ…

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াক মুক্তিৰ নিৰ্দেশ৷ বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে জাৰি কৰিলে নিৰ্দেশনা৷ শ্বেখ হাছিনাই পদত্যাগ কৰি দেশ এৰাৰ পাছতে এই নিৰ্দেশনা৷

মহম্মদ ইউনুছ হ’ব বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা…

মহম্মদ ইউনুছ হ'ব বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা৷ ন’বেল বঁটা বিজয়ী ইউনুছৰ সৈতে আন্দোলনৰ সমন্বয়ক নাহিদ ইছলামৰ বাৰ্তালাপ৷ দেশৰ শেহতীয়া পৰিস্থিতি অনুধাৱন কৰি দায়িত্ব...

Popular