ৰাজনীতি

আকৌ অখিল গগৈৰ কাষ চাপিল কমল কুমাৰ মেধি

কেইদিনমান আগত কংগ্ৰেছ দল ত্যাগ কৰা এসময়ৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে কালি ২১ ডিচেম্বৰ তাৰিখে ৰাইজৰ দলত যোগদান কৰে...

নগাঁও পেঞ্চনাৰ ভৱনত আন্তঃগাঠনি উন্নয়নৰ অনুদান বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও, ২১ ডিচেম্বৰ : নগাঁও চহৰস্হিত  পেঞ্চনাৰ ভৱনৰ আন্তঃগাঠনি উন্নয়নৰ বাবে আজি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আছুতীয়া পূঁজিৰ  ৭ লাখ টকাৰ...

গোলাঘাটত বিজেপিত যোগদান শতাধিক কংগ্ৰেছ কৰ্মীৰ

কংগ্ৰেছী বিধায়িকা অজন্তা নেওঁগ বিজেপি যাত্ৰাৰ খবৰ সংবাদ মাধ্যমত বিয়পি পৰাৰ লগে লগেই কংগ্ৰেছৰ পৰা বিজেপিলৈ ধাপলি মেলিছে গোলাঘাট জিলাৰ কংগ্ৰেছ কৰ্মীসকল ৷ গোলাঘাট...

নৰ্থ ইষ্ট ফেষ্টিভেলৰ মঞ্চত পুনৰ “কা”ৰ বিৰুদ্ধে সৰব জুবিন গাৰ্গ

পুনৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰব হ’ল জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ। গুৱাহাটীৰ ৰেডিছন ব্লুত দেওবাৰে সন্ধিয়া অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত গীত পৰিৱেশন কৰাৰ মাজতে...

বিজেপিৰ লক্ষ্য ১০০ প্লাছ : অগপ, গণশক্তি, UPPLৰ সৈতে বৈঠকত বহিব অমিত শ্বাহ

আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ ১০০ প্লাচ লক্ষ্য আগত ৰাখি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বৈঠকত মিলিত হ’ব অসম গণ পৰিষদ, গণশক্তি আৰু প্ৰমোদ বড়োৰ...

Popular