ৰাজনীতি

কৃষক আইনক সমৰ্থন দেশবাশীৰ – চি পি আই(এম এল)ৰ ধন্যবাদ

তিনিচুকীয়া, ৮ডিচেম্বৰ: মোদী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰৰ কৃষি আৰু কৃষক বিৰোধী তিনিখন কৃষি আইনৰ প্ৰত্যাহাৰৰ দাবীত নিখিল ভাৰত কৃষক সংঘৰ্ষ সমন্বয় সমিতিয়ে ৩০টাৰো...

কেবিনেটে আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ আঁচনিৰ বাবে ২২,৮১০ কোটি টকা অনুমোদন জনাইছে

কেন্দ্ৰীয় কেবিনেটে বুধবাৰে নতুন নিযুক্তিৰ আঁচনিৰ বাবে ২২,৮১০ কোটি টকা অনুমোদন কৰে । যাৰ উদ্দেশ্য হৈছে ব্যৱসায়বোৰক নতুনকৈ নিয়োগ কৰিবলৈ উদগনি দিয়া। “আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ...

বিজেপিৰ লগত মিত্ৰতা হ’লে পূৰ্বতকৈ অধিক আসন লাগিব অগপক

“আমাক মিত্ৰতাৰ প্ৰয়োজন ৷ আমি মিত্ৰতাত বিশ্বাসী৷” এই মন্তব্য অগপৰ সভাপতি অতুল বৰাৰ৷ অগপৰ সভাপতি অতুল বৰাৰ অকপট স্বীকাৰোক্তি -  "অকলে আমি একো কৰিব নোৱৰো৷ আমাক...

বিশ্বৰ ১০০ জন আটাইতকৈ শক্তিশালী মহিলাৰ “ফৰবছ ২০২০” তালিকাত বিত্ত মন্ত্ৰী নির্মলা সীতাৰমন

বিত্ত মন্ত্ৰী নির্মলা সীতাৰমনে বিশ্বৰ ১০০ আটাইতকৈ শক্তিশালী মহিলাৰ“ফৰবছ 2020”তালিকাত ৪১ তম স্থান দখল কৰিছে। লগতে ভাৰতৰ বায়োফোনৰ প্ৰতিষ্ঠাপক কিৰণ মজামদাৰে তালিকাত স্থান দখল...

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী কৃষক মুক্তি সংগ্ৰাম নলবাৰী জিলা সমিতিৰ

নলবাৰী, ৮ ডিচেম্বৰ : কৃষক নেতা অখিল গগৈক ষড়যন্ত্ৰ মুলক ভাৱে এটাৰ পিছত আন এটা ভুৱা গোচৰ জাপি দি চৰকাৰে দীৰ্ঘ দিন ধৰি জেলত...

Popular