ৰাজনীতি

Maharashtra CM News: পদত্যাগ কৰিবলৈ সাজু নহয় শিন্দে; কোন হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?

মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’বনে দেৱেন্দ্ৰ ফাড়নাবিছ নে একনাথ শিণ্ডে মুখ্যমন্ত্ৰী হৈ থাকিব? এই প্ৰশ্নৰ টাগ অফ ৱাৰ অব্যাহত আছে বিধানসভা নিৰ্বাচনত জয়ী হোৱা মহাযুতিত।(Maharashtra CM News)

Kangana Ranaut: আজি মোৰ ঘৰ ভাঙিল, কাইলৈ আপোনাৰ অহংকাৰ পতন হ’ব!

বিজেপি-শিৱসেনা (একনাথ শিণ্ডে)-এনচিপি (অজিত পাৱাৰ)ৰ মিত্ৰতা বিপুল ভোটেৰে জয়লাভ কৰে। উদ্ধৱ থাকৰেৰ পৰাজয়ৰ পিছত কংগনাৰ অনুৰাগীসকলে ২০২০ চনৰ এটা ঘটনাৰ কথা মনত পেলাইছে।(Kangana Ranaut)

Maharashtra: দেৱেন্দ্ৰ ফাড়নাবিছ মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী হ’লে আপত্তি এন চি পিৰ! কিন্তু শিৱসেনা আৰু বিজেপি এতিয়াও মৌন

২৬ নৱেম্বৰত মহাৰাষ্ট্ৰত নতুন চৰকাৰে শপত লোৱাৰ সম্ভাৱনা৷ পুনৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰূপে চৰ্চালৈ দেৱেন্দ্ৰ ফাড়নাবিছৰ নাম৷(Maharashtra)

Assamese Hero:মহাবীৰ লাচিত বৰফুকন অসমীয়া বীৰ

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ(AJYCP) কেন্দ্রীয় সমিতিৰ সৌজন্যত কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ কুঁৱৰীটোলৰ গান্ধী খেলপথাৰত কেন্দ্ৰীয় ভাৱে বৰ্ণাঢ্য কাৰ্যসূচীৰে লাচিত দিৱস(Assamese Hero) উদযাপন কৰিছে।

AAP:’আপ’ৰ বিশ্বনাথ জিলাৰ সভাপতি মেহুৱেল বসুমতাৰীক অপসাৰণ

দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত আম আদমী পাৰ্টিৰ(AAP) বিশ্বনাথ জিলা(Bishwanath) সমিতিৰ সভাপতি মেহুৱেল বসুমতাৰীক দায়িত্বৰ পৰা অপসাৰণ(president Mehuel Basumatary removed) কৰা হৈছে।

Popular