ৰাজনীতি

Hemant Soren: ২৬ নৱেম্বৰত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব হেমন্ত ছোৰেনে

২৬ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত মমতা বেনাৰ্জী, ৰাহুল গান্ধী, অখিলেশ যাদৱ, অৰবিন্দ কেজৰিৱালে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।(Hemant Soren)

AGP defeated the Congress: বঙাইগাঁৱত কংগ্ৰেছক ৩৫,১৬৪টা ভোটৰ ব্যৱধানত পৰাজিত কৰি অগপৰ দীপ্তিময়ী চৌধুৰীৰ জয়

অৱধাৰিতভাবেই ৩২নং বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল অগপ(AGP defeated the Congress) তথা মিত্ৰজোটৰ(Alliance) হাতলৈ গ'ল৷ অক্ষত হৈ থাকিল অগপ দলৰ দুৰ্গ বঙাইগাঁও৷ সমষ্টিটোৰ পৰা নিৰ্বাচিত হ'ল অগপ দলৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী(Diptimoy Chowdhury)৷

Ajaz Khan: ইনষ্টাগ্ৰামত ৫৬ লাখ ফ’ল’ৱাৰ থকাৰ পিছতো মাত্ৰ ১৫৫টা ভোট লাভ কৰিলে অভিনেতা আজাজ খানে

অভিনেতা-ৰাজনীতিবিদলৈ পৰিণত হোৱা আজাজ খানে মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনত মাত্ৰ ১৫৫টা ভোট লাভ কৰাৰ বিপৰীতে ইনষ্টাগ্ৰামত তেওঁৰ ৫৬ লাখ ফ’ল’ৱাৰ আছে। এতিয়া তেওঁ নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি ইভিএমক দোষাৰোপ কৰি নিজৰ পৰাজয়ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।(Ajaz Khan)

Devendra Fadnavis: পুনৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হ’ব পাৰে দেৱেন্দ্ৰ ফাড়নাবিছ

মহাৰাষ্ট্ৰৰ নাগপুৰ দক্ষিণ পশ্চিম আসনৰ পৰা আগবাঢ়ি আছে উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছ। পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হোৱাৰ পাছত কিছু সময় পিছ পৰি ৰ’ল যদিও পিছত তেওঁ অগ্ৰগতি লাভ কৰে।(Devendra Fadnavis )

Tarun Gogoi Death Anniversary: আজি অসমৰ তিনি কাৰ্যকালৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুবাৰ্ষিকী

২০২০ চনৰ ২৩ নৱেম্বৰৰ দিনটোতে ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল প্ৰয়াত ৰাজনীতিবিদগ তথা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে৷(Tarun Gogoi Death Anniversary)স্বভাৱসুলভ হাঁহিমুখীয়া ব্যক্তিত্বৰ অধিকাৰী প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ ৰাজনীতিত ১৫ টা বছৰ মুখ্যমন্ত্ৰী হিচাপে শাসন ভাৰ চলাই গৈছিল৷

Popular