ৰাজনীতি

Arunachal Pradesh । অসম অৰুনাচল প্ৰদেশৰ সীমান্তৱৰ্তী ধেমাজি জিলা চিলাপথাৰত বিবাদমান ভূমি সমস্যাক লৈ চেপা উত্তেজনা

Arunachal Pradesh । অসম অৰুনাচল প্ৰদেশৰ সীমান্তৱৰ্তী ধেমাজি জিলা চিলাপথাৰত বিবাদমান ভূমি সমস্যাক লৈ চেপা উত্তেজনা

AGP । নতুন বছৰটো “মাতৃভাষা বৰ্ষ” হিচাপে পালন কৰিব অগপই

AGP । নতুন বছৰটো “মাতৃভাষা বৰ্ষ” হিচাপে পালন কৰিব অগপই

Delhi Assembly Election 2025: দিল্লীত পুনৰ আপ ক্ষমতালৈ আহিলে ১৮ হাজাৰ টকালৈ বৃদ্ধি পাব পুৰোহিতৰ দৰমহা

দিল্লীত পুনৰ আপ ক্ষমতালৈ আহিলে ১৮ হাজাৰ টকালৈ বৃদ্ধি পাব মন্দিৰৰ পুৰোহিত আৰু গুৰুদ্বাৰৰ গ্ৰন্থীসকলৰ দৰমহা। ৩১ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব আঁচনিখনৰ বাবে পঞ্জীয়ন।(Delhi Assembly Election 2025)

Atul Bora। বাঘৰ আক্ৰমণৰ পৰা কিদৰে নিজক ৰক্ষা কৰিব কি ক’লে বিধায়ক অতুল বৰাই…

Atul Bora। অতুল বৰাই কয়, " বাঘৰ উপদ্ৰৱ বৃদ্ধি হৈছে। বিভিন্ন ঠাইতে বাঘে মানুহক আক্ৰমণ কৰিছে। কিন্তু বাঘে কেতিয়াও মানুহক সন্মুখৰ পৰা আক্ৰমণ নকৰে। সদায় পাছফালৰ পৰাই আক্ৰমণ কৰে। বাঘ মানুহৰ ঘৰত সোমোৱা নাই, বাঘৰ ঘৰতহে মানুহ সোমাইছে।"

Manmohan Singh Death: প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ দেহাৱসানত দেশজুৰি শোকৰ ছাঁ

দিল্লীৰ এইমছত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ড০ মনমোহন সিঙৰ। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুত দেশজুৰি শোকৰ ছাঁ। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী বিয়োগত শোকপ্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।(Manmohan Singh Death)

Popular