Breaking

শ্বহীদ নগৰী ঢেকীয়াজুলিত উপস্থিত জনপ্ৰিয় অভিনেতা যতীন বৰা…

0 134

আজি শ্বহীদ নগৰী ঢেকীয়াজুলিত আহি উপস্থিত হল জনপ্ৰিয় অভিনেতা যতীন বৰা। উল্লেখ্য যে ঢেকীয়াজুলি নগৰৰ এক নিৰ্ভৰযোগ্য ব্যৱসায়ীক প্ৰতিষ্ঠান আস্কৰণ বিঞ্জৰাজৰ এটি নতুন সংযোজনৰ শুভ উদ্বোধন কৰাৰ বাবে আজি ঢেকীয়াজুলিত আহি উপস্থিত হয় জনপ্ৰিয় অভিনেতা যতীন বৰা।


অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা যতীন বৰা আজি আস্কৰণ বিঞ্জৰাজৰ ব্যৱসায় প্ৰতিষ্ঠানৰ এটি নতুন সংযোজনৰ শুভাৰম্ভ কৰে। আজি যতীন বৰাক চাবলৈ ঢেকীয়াজুলিৰ আস্কৰণ বিঞ্জৰাজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ আগত অজস্ৰ লোকৰ সমাগম ঘটিল৷


ঢেকীয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ প্ৰতিবেদন

Leave A Reply

Your email address will not be published.