Breaking

পুনৰ বৃদ্ধি পালে আলুৰ দাম ! প্ৰতিকেজি আলুৰ দাম ৫-১০ টকা পৰ্যন্ত বৃদ্ধি…

0 27

জনতাৰ মূৰত মাধমাৰ! পুনৰ বৃদ্ধি পালে আলুৰ দাম। প্ৰতিকেজি আলুৰ দাম ৫-১০ টকা পৰ্যন্ত বৃদ্ধি।

ছিণ্ডিকেটৰ বাবে আলুৰ দাম বৃদ্ধি হোৱা বুলি মন্তব্য বিক্ৰেতাৰ।

পশ্চিমবংগত প্ৰতিখন ট্ৰাক পাৰ হোৱাৰ নামত দিব লাগে ২০-২৫ হাজাৰ টকা ।

Leave A Reply

Your email address will not be published.