Breaking

পদবী সলনি হ’লেও দল সলনি নহয়ঃ ভূপেন বৰা, অসম প্ৰদেশ কংগ্ৰেছত পুনৰ বিদ্ৰোহৰ উকমুকনি!

0 28

অসম প্ৰদেশ কংগ্ৰেছত পুনৰ বিদ্ৰোহৰ উকমুকনি। ভূপেন বৰাক সভাপতি পদৰ পৰা অপসাৰণ কৰাৰ প্ৰস্তুতি চলিছে বুলি খবৰ ওলাইছে। কংগ্ৰেছৰ বিধায়ক ২১ জন। খবৰ অনুসৰি প্ৰায় ১৮- ১৯ গৰাকী বিধায়কে ভূপেন বৰাৰ বিৰুদ্ধে থিয় দিছে!

আনহাতে শেহতীয়াকৈ লোকসভা নিৰ্বাচনতো কংগ্ৰছে ভাল ফলাফল দেখুৱাইছে। গতিকে ভূপেন বৰাৰ ঠাইত অন্য এজনক সভাপতি পাতিব মন। সূত্ৰ অনুসৰি এই গোটেই বিষয়টো নেতৃত্ব দিছে এজন কংগ্ৰেছী সাংসদে। আনহাতে এই বিযয়ৰ ওপৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় পদবী সলনি হ’লেও দল সলনি নহয়।

Leave A Reply

Your email address will not be published.