Breaking

দুৰ্ঘটনাত পতিত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ হেলিকপ্টাৰ! সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ…

0 15

দুৰ্ঘটনাত পতিত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ হেলিকপ্টাৰ।

বৰ্তমানলৈকে সন্ধান নাই ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীৰ।

ৰাষ্ট্ৰপতিৰ সৈতে হেলিকপ্টাৰত আছিল বৈদেশিক মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ানো।

ৰাজধানী তেহৰানৰ পৰা ৬০০ কিঃমিঃ আঁতৰত জোল্ফা চহৰত এই ঘটনা।

এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰয়ে।

Leave A Reply

Your email address will not be published.