Breaking

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱত উপস্থিত থাকিব ৰাষ্ট্ৰপতি মুৰ্মু

0 15

গুৱাহাটী মহানগৰী জিলা শাখাৰ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ আতিথ্যত অনুষ্ঠিত হ’ব । অহা ১৯ আৰু ২০ অক্টোবৰত অনুষ্ঠিত হ’ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ | আৱিৰ্ভাৱ মহোৎসৱত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু উপস্থিত থকাৰ বাবে সন্মতি প্ৰদান কৰাৰ কথা জানিব পৰা গৈছে ।‌

ইফালে ৰাষ্ট্ৰপতি মুৰ্মুক অনুষ্ঠানত উপস্থিত থকাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাসহ এটা প্ৰতিনিধি দলে আমন্ত্ৰন জনায় ।

Leave A Reply