Breaking

মোবাইলৰ লগতে ছাৰ্জাৰ, বেটেৰীৰ দাম হ্ৰাস পাব : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ…

0 32

১১বজাৰ লগে লগে সংসদ ভৱনত ২০২৪-২৫বৰ্ষৰ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।একেৰাহে সপ্তমবাৰৰ বাবে দেশৰ সাধাৰণ বাজেট দাখিল কৰা ইতিহাসৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ।

ইয়াৰ পূৰ্বে মোৰাৰজী দেশাইয়ে ৬বাৰকৈ বাজেট দাখিল কৰিছিল। সংসদ ভৱনত উপস্থিত হৈ বিত্ত মন্ত্ৰালয়ৰ কৰ্মচাৰীসকলৰ সৈতে ফটো প’জ দিলে নিৰ্মলা সীতাৰমণে। চমুকৈ কৈ জানক বাজেটত কি কি বস্তুৰ দাম কমিলে

দাম কমিব কৰ্কট ৰোগৰ ঔষধৰ মূল্যৰ লগতে এক্সৰেৰ বাবে প্ৰয়োজনীয় উপকৰণৰ

দাম কমিব সোণ আৰু ৰূপৰ

মোবাইলৰ লগতে ছাৰ্জাৰ, বেটেৰীৰ দাম হ্ৰাস পাব

জোতা, চেণ্ডেল আৰু কাপোৰৰ দামো হ্ৰাস পাব

Leave A Reply

Your email address will not be published.