Breaking

‘১৫ আগষ্টৰ ভিতৰত পূৰণ হ’ব প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ’ : শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু…

0 43

‘১৫ আগষ্টৰ ভিতৰত পূৰণ হ’ব প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ’।

১০০ বা তাতোধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়তহে দিয়া হ’ব প্ৰধান শিক্ষক নিযুক্তি।

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বি-বাৰ্ষিক অধিৱেশনত এই ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।

Leave A Reply

Your email address will not be published.