জানুৱাৰীত ৰাম মন্দিৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…

অতি সোনকালে ৰাম মন্দিৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অহা ২২ জানুৱাৰীত ৰাম মন্দিৰ উদ্বোধন কৰা হ’ব। অযোধ্যাত চলি থকা বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে। খবৰ অনুসৰি এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়েও অংশগ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব ৰাম মন্দিৰ। প্ৰাণ প্ৰতিষ্ঠাৰ এসপ্তাহ পূৰ্বে আৰম্ভ হ’ব পূজা। ৰাম মন্দিৰৰ তলৰ মহলা সম্পূৰ্ণ সাজু হৈছে। অযোধ্যাৰ পৰাই নিৰ্মাণৰত ৰাম মন্দিৰৰ বহু ছবি প্ৰকাশ পাইছে। শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰত সাধাৰণ সম্পাদক চম্পট ৰায়ে নিৰ্মাণ সম্পৰ্কীয় আপডেট আৰু ছবি শ্বেয়াৰ কৰে।

Related Articles