বলিউদত খোজ পেলালে প্ৰিয়ংকা ভৰালীয়ে।

বলিউদত খোজ পেলালে প্ৰিয়ংকা ভৰালীয়ে।বলিউদৰ এখন বিগ বাজেটৰ ছবি ‘KGF CHAPTER 2’।’KGF CHAPTER 2’ ছবিৰ এটি গীতত কন্ঠ নিগৰালে প্ৰিয়ংকাই।জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে ‘তুফান’ নামৰ গীতটিত কণ্ঠদান কৰিছে।’তুফান’ শীৰ্ষক গীতেৰে বলিউদলৈ যাত্ৰা প্ৰিয়ংকা।বলিউদৰ এই বিগ বাজেটৰ ছবি খনৰ বাবে সকলোৰে অপেক্ষা কৰি আছে।এই অপেক্ষাৰতৰ মাজতে অসমবাসীৰ বাবে গৌৰৱ কঢিয়াই আনিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে।ছবি খনৰ তুফান নামৰ শীৰ্ষক গীতটিত কন্ঠদান কৰিছে প্ৰিয়ংকাই।ইতিমধ্যে গীতটিৰ লিৰিকেল ভিডিঅ’ মুকলি কৰিছে।ছটবিখনৰ ট্ৰেইলাৰ ২৭ মাৰ্চত মুক্তি দিয়া হ’ব আৰু ছবি খনে ১৪ এপিলত শুভমুক্তি লাভ কৰিব।ছবিখনৰ ট্ৰেইলাৰ অহা ২৭ মাৰ্চত মুকলি কৰা হ’ব।

১০০ কোটি টকাৰ বাজেটৰ ছবিখনত অভিনয় কৰিছে য়শ, সঞ্জয় দত্ত, শ্ৰীনিধি শেট্টী, ৰবীনা টেণ্ডন, প্ৰকাশ ৰাজ আদিৰ দৰে তাৰকাই।গীতটিত কণ্ঠ নিগৰাই প্ৰিয়ংকাই ধন্যবাদ জনালে সংগীত পৰিচালক আৰু ছবি নিৰ্মাতা সকলক।

Related Articles