Breaking

প্ৰিয়ংকা চোপ্ৰাৰ জন্মদিনত স্বামী নিকৰ আৱেগিক পোষ্ট…

0 26

আজি জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ জন্মদিন। পত্নীৰ জন্মদিনত নিক জ’নাছৰ আৱেগিক পোষ্ট।আজি প্ৰিয়ংকা চোপ্ৰাৰ ৪২ সংখ্যক জন্মদিন। বিশেষ দিনটোত ছচিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীক শুভেচ্ছা জনায় নিকে।

প্ৰিয়ংকাক শুভেচ্ছা জনাই নিকে কেইখনমান ছবি ইনষ্টাগ্ৰামত পোষ্ট কৰে।ফটোখন পোষ্ট কৰি নিকে লিখিছে, ‘তোমাৰ দৰে এগৰাকী মহিলা পোৱাটো মোৰ ভাগ্য ভাল। Happy birthday। অনুৰাগীসকলেও নিক’ৰ পোষ্টৰ তলত প্ৰিয়ংকাক জন্মদিনৰ শুভেচ্ছা জনায়। একাংশৰ মতে নিক-প্ৰিয়ংকা হৈছে আদৰ্শ দম্পতীৰ প্ৰতিমূৰ্তি।

Leave A Reply

Your email address will not be published.