Breaking

২৪ ডিচেম্বৰত আস্থা ভোটৰ সন্মুখীন হ’ব প্ৰমোদ বড়ো

0 69

বিটিচি নিৰ্বাচন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ত সুখী প্ৰমোদ বড়ো । ২৪ ডিচেম্বৰ ৰাতিপুৱা ১০ বজাত আস্থা ভোটৰ সন্মুখীন হ’ব প্ৰমোদ বড়ো । সামাজিক মাধ্যম যোগে এই কথা ব্যক্ত কৰে ইউপিপিএলৰ সভাপতি গৰাকীয়ে ।

ইফালে আঞ্চলিক শক্তিক একলগ হোৱাৰ আহ্বান বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ । ন্যায়ালয়ৰ ৰায়ৰ পিছতে মঙলবাৰে সংবাদমেল যোগে এই আহ্বান হাগ্ৰামাৰ ।

Leave A Reply

Your email address will not be published.