গাড়ীগাওঁ ধৰ্ষণ কাণ্ডৰ বিকী আলীৰ এনকাউন্টাৰৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ

গাড়ীগাওঁ ধৰ্ষণ কাণ্ডৰ মাষ্টাৰমাইণ্ড বিকী আলীৰ এনকাউন্টাৰৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ

কামৰূপ মেট্ৰ’ৰ অতিৰিক্ত জিলা দণ্ডাধীশ বিপুল কুমাৰ দাসক দিয়া হৈছে তদন্তৰ দায়িত্ব

১৫ দিনৰ ভিতৰত তদন্ত শেষ কৰি প্ৰতিবেদন অসম মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ ওচৰত দাখিল কৰিব লাগিব

Related Articles