ধুবুৰী ৰাজীৱ ভৱনৰ সম্মুখত ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ

ধুবুৰী ৰাজীৱ ভৱনৰ সম্মুখত ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ।কেইদিনমান পূৰ্বে কোকৰাঝাৰ আৰক্ষীয়ে গুজৰাটৰ পৰা কংগ্ৰেছী সমৰ্থিত বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰি কোকৰাঝাৰ CJM আদালত হাজিৰ কৰিছিল।কোকৰাঝাৰ CJM আদালতে কংগ্ৰেছৰ বিধায়ক জিগনেশ মেৱানীক জামিন মঞ্জুৰ কৰাৰ পিছত পুনৰ বৰপেটা আৰক্ষীয়ে আটক কৰে জিগণেশ মেৱানীক।অতি শ্ৰীগ্ৰে জিগণেশ মেৱানীক মুক্তিৰ দাবী ধুবুৰী জিলা কংগ্ৰেছৰ।

জিগণেশ মেৱানীক মুক্তিৰ দাবীত BJP বিৰোধী শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Related Articles