Breaking

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্মাৰ্ট মিটাৰ তথা বৰ্ধিত বিদ্যুৎ মাচুলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী…

0 21

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্মাৰ্ট মিটাৰ তথা বৰ্ধিত বিদ্যুৎ মাচুলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী। স্মাৰ্ট মিটাৰৰ আতিশয্য বন্ধ কৰা, অভাৱনীয় বিদ্যুত মাছুল হ্ৰাস কৰা, অনিয়মীয়া বিদ্যুত যোগান বন্ধ কৰাৰ প্ৰতিবাদত তামুলপুৰতো তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ শৱযাত্ৰা ৷

তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত APDCL ৰ বিৰুদ্ধে আজি শৱযাত্ৰা উলিওৱা হয়৷ কমাৰ্চ কলেজৰ সন্মুখৰ পৰা ৰঙিয়া-তামুলপুৰ-ভূটান পথৰে আছুৰ সদস্য সকলে সমদল কৰি কান্ধত শৱ লৈ ৰাজপথত সমদল কৰি বিদ্যুত বিভাগৰ কাৰ্যলয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দুই শতাধিক ছাত্ৰ-ছাত্ৰীক লৈ আছুৰ এই প্ৰতিবাদ ৷

Leave A Reply

Your email address will not be published.