Breaking

দেশ তথা ৰাজ্য়জুৰি চিকিৎসালয়ত প্ৰতিবাদ ! প্ৰতিবাদকাৰী চিকিৎসকক পুনৰ কৰ্মত নিয়োজিত হ’বলৈ আহ্বান কেন্দ্ৰৰ…

0 21

পশ্চিমবংগত চিকিৎসকক ধৰ্ষণ-হত্যাক লৈ দেশজুৰি ক্ষোভ । ভাৰতীয় চিকিৎসা সংস্থাৰ আহ্বানত ২৪ ঘণ্টীয়া কৰ্মবিৰতি । আজি দেশজুৰি চিকিৎসকৰ কৰ্মবিৰতি ।

দেশ তথা ৰাজ্য়জুৰি বিভিন্ন চিকিৎসালয়ত প্ৰতিবাদ ।প্ৰতিবাদকাৰী চিকিৎসকক পুনৰ কৰ্মত নিয়োজিত হ’বলৈ আহ্বান কেন্দ্ৰৰ।

চিকিৎসকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে পেনেল গঠন কৰাৰ আশ্বাস প্ৰদান। উল্লেখ্য, কলকাতাত চিকিৎসকক ধৰ্ষণ-হত্যাৰ প্ৰতিবাদত দেশজুৰি চলি আছে প্ৰতিবাদ।

Leave A Reply

Your email address will not be published.