Breaking

বাংগালুৰু, হাইদৰাবাদ, চেন্নাই, নতুন দিল্লী, মুম্বাইত হাউছফুল ‘ৰাঘৱ’ৰ

0 80

জনপ্ৰিয় অভিনেতা যতীন বৰাৰ দ্বাৰা অভিনীত তথা পৰিচালিত অসমীয়া বোলছবি “ৰাঘৱ”ক লৈ অসমত বয়কট, সমালোচনা, বিতৰ্ক অব্যাহত।

বহুতে ছবিখনৰ সপক্ষে মত দিয়াৰ বিপৰিতে আন বহুজনে ছবিখনৰ বিপক্ষে থাকি বয়কট কৰা দেখা গৈছে ৷

ইয়াৰ মাজতে অভিনেতা যতীন বৰাৰ সামাজিক মাধ্যমত বিশেষ প’ষ্ট।

বাংগালুৰু, হাইদৰাবাদ, চেন্নাই, নতুন দিল্লী, মুম্বাইত হাউছফুল ৰাঘৱ। সামাজিক মাধ্যম যোগ্য ধন্যবাদ জ্ঞাপন অভিনেতা যতীন বৰাৰ

Leave A Reply

Your email address will not be published.