Breaking

সংসদৰ সদস্যপদ হেৰুৱাই নিজ সমষ্টিলৈ ৰাওনা ৰাহুল গান্ধী। অংশ গ্ৰহণ কৰিব ৰাজহুৱা সভাত…

0 68

সংসদৰ সদস্যপদ হেৰুৱাৰ পিছত ৰাহুল গান্ধীয়ে নিজৰ সংসদীয় সমষ্টি ৱায়ানাদ ভ্ৰমণলৈ গৈছে। এই ভ্ৰমণ কালত নিজৰ দলৰ কৰ্মী আৰু স্থানীয় লোকক সাক্ষাৎ কৰিব। অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত এইবাৰ নিজৰ সংসদীয় সমষ্টি ভ্ৰমণ কৰিছে ৰাহুল গান্ধীয়ে।

ৰাহুলে গান্ধীৰ সৈতে ৱায়ানাদ ভ্ৰমণলৈ গৈছে ভগ্নী প্ৰিয়ংকা গান্ধীও, তেওঁৰ সূচী অনুসৰি তেওঁ তাত দুখন ৰাজহুৱা সভাতো ভাষণ দিয়াৰ সম্ভাৱনা।

Leave A Reply

Your email address will not be published.