Breaking

EDৰ বাবে চাহ-বিস্কুট সাজু কৰিছে ৰাহুল গান্ধীয়ে…

0 14

EDৰ বাবে চাহ-বিস্কুট সাজু কৰিছে ৰাহুল গান্ধীয়ে।

লোকসভাত বিজেপিক সমলোচনা কৰাৰ পাছতেই আন এক প্ৰতিক্ৰিয়া ৰাহুল গান্ধীৰ৷

EDৰ তদন্তৰ আওতালৈ আহিব পাৰে বুলি মন্তব্য ৰাহুল গান্ধীৰ৷

উল্লেখ্য যে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আধুনিক সময়ৰ ‘চক্ৰব্যূহ’ত আৱদ্ধ ভাৰত বুলি মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে৷

ইয়াৰ পাছতেই EDক কটাক্ষ কৰি পুনৰ আন এক মন্তব্য কৰে ৰাহুল গান্ধীয়ে৷

Leave A Reply

Your email address will not be published.