Breaking

২৪ ঘন্টাৰ ভিতৰত ৰাজ্যত পুনৰ আহিব পাৰে ধাৰাসাৰ বৰষুণ

0 13

2৪ ঘন্টাৰ ভিতৰত ৰাজ্যত পুনৰ আহিব পাৰে ধাৰাসাৰ বৰষুণ
সাগৰ পৃষ্ঠৰ পৰা ১.৫ কিলোমিটাৰত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত বৰষুণৰ প্ৰভাৱ পৰিছে। অসম, মেঘালয়ৰ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত বৰষুণ হোৱাৰ সম্ভবনা


ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰত প্ৰায় এক সপ্তাহ ধৰি আহি আছে নেৰানেপেৰা বৰষুণ।

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কিছু কিছু বানৰ কৱলত আৰু গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থান কৃত্ৰিম বানত বুৰ গৈছে।


এই সময়ছোৱাত বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্বাণী । আগন্তুক ২৩ জুনলৈ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আহিব বৰষুণ।

সাগৰ পৃষ্ঠৰ পৰা ১.৫ কিলোমিটাৰত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত বৰষুণৰ প্ৰভাৱ । ২৪ ঘণ্টাৰ ভিতৰত অসম, মেঘালয়ৰ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা আছে


অহা ২৩ জুনলৈ অসম মেঘালয়ৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ কিছু কিছু ঠাইত বিজুলী ধেৰেকণি আৰু ধাৰাসাৰ বৰষুণ হোৱাৰ যথেষ্ট সম্ভৱনা আছে।

Leave A Reply