Breaking

৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন ! মনোনয়ন-পত্র দাখিলৰ অন্তিম দিন ২১ আগষ্ট…

0 18

৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন
ৰাজ্যসভাত খালী হৈ আছে ১২খনকৈ আসন
অসমত খালী হৈ আছে ৰাজ্যসভাৰ দুখনকৈ আসন

মনোনয়ন-পত্র দাখিলৰ অন্তিম দিন ২১ আগষ্ট
২২ আগষ্টত হ’ব মনোনয়ন-পত্ৰ পৰীক্ষা
মনোনয়ন-পত্র প্রত্যাহাৰৰ তাৰিখ ২৬ আগষ্ট
৩ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ হ’ব ভোটগ্রহণ


উক্ত দিনটোৰে বিয়লি ৫ বজাৰ পৰা হ’ব ভোট গণনা
সৰ্বানন্দ সোণোৱাল, কামাখ্যা তাছাৰ পদত্যাগৰ বাবে খালী হৈছিল ২খন আসন
দেশৰ মুঠ ৯খন ৰাজ্যৰ ১২খন আসনত হ’ব নির্বাচন

Leave A Reply

Your email address will not be published.