Breaking

ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড! বিশেষ আদালতে শাস্তি ঘোষণা কৰিলে ৰাকেশ পালৰ…

0 33

APSCৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰি।

বিশেষ আদালতে শাস্তি ঘোষণা কৰিলে ৰাকেশ পালৰ।

ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড।

ছামেদুৰ ৰহমান, বসন্ত দ’লেক ৭ৰ পৰা ১০ বছৰৰ জে’ল।

বক্ৰপথেৰে চাকৰি লোৱা ২৯ জনক ৪ বছৰৰ কাৰাদণ্ড।

২২ জুলাইত দোষী সাব্যস্ত হৈছিল আটাইকেইজন।

লগতে ২ লাখ টকাৰ জৰিমনা বিহিলে আদালতে ৰাকেশ পাল।

আন ২৯ অভিযুক্তক ৪ বছৰৰ কাৰাদণ্ড বিহে বিশেষ ন্যায়ধীশ আদালতে।

Leave A Reply

Your email address will not be published.