Breaking

মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকাৰ ৰহস্যজনক মৃত্যু…

0 74

মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকাৰ ৰহস্যজনক মৃত্যু। নিশা ঘৰলৈ গৈ থকা অৱস্থাত মৃত্যু হয় সাংবাদিকজনৰ।

তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত উদ্ধাৰ মৃতদেহ। এয়া দুৰ্ঘটনা নে হত্যাকাণ্ড তাক লৈ বৰ্তমান ৰহস্য।

জেষ্ঠ্য সাংবাদিকজনৰ মৃত্যুত মৰিগাঁৱত শোকৰ ছাঁ ।

Leave A Reply

Your email address will not be published.