Breaking

লাহৰীঘাটত ইফকোৰ উদ্যোগত ৰবি শস্যৰ আলোচনা চক্র

0 2,259

 মৰিগাঁও জিলাৰ লাহৰীঘাটত ইফকোৰ উদ্যোগত অনুষ্টিত হয় ৰবি শস্যৰ আলোচনা চক্ৰ ।IFFCOয়ে আয়োজন কৰা এই আলোচনা চক্ৰত লাহৰীঘাট অঞ্চলৰ কেইবা শতাধিক কৃষকে অংশগ্ৰহন কৰে ।ৰজা গাধোৱা গাঁও পঞ্চায়তৰ সভা কক্ষত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত নগাঁও চিলিঙনিৰ আঞ্চলিক কৃষি গৱেষনা কেন্দ্ৰৰ বিজ্ঞানী ক্ৰমে ড° বিৰিঞ্চি কুমাৰ বৰা, ড° নাছিমা ৰহমান ,ড° ৰঞ্জনা চক্ৰৱৰ্তী , ইফকোৰ উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্যিক প্ৰৱন্ধক অজিত ভট্যাৰ্চাৰ্য আৰু উপ প্ৰৱন্ধক অনুজ কাকতিকে ধৰি ইফকোৰ বিষয়বৱীয়া সকল উপস্হিত থাকে ।এই আলোচনা চক্ৰত ৰবি শস্যৰ কৰাৰ পদ্ধতি আৰু প্ৰতিকাৰ সন্দৰ্ভত আলোচনা কৰা হয় ।এই আলোচনা চক্ৰত ইফকোৰ কিছু সামগ্ৰী পৰীক্ষামূলকভাৱে বিতৰণ কৰা হয় ।

Leave A Reply

Your email address will not be published.