Breaking

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অভিলেখ! টেষ্টত দক্ষিণ আফ্ৰিকাৰ ৫৭৫ ৰানৰ অভিলেখ ভংগ ভাৰতৰ…

0 20

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সৰ্ববৃহৎ অভিলেখ৷

টেষ্টত দক্ষিণ আফ্ৰিকাৰ ৫৭৫ ৰানৰ অভিলেখ ভংগ কৰিলে ভাৰতে৷

দক্ষিণ আফ্ৰিকাই ৯ উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ৫৭৫ ৰান৷

টেষ্টৰ দ্বিতীয় দিনা ৬০৩ ৰান সংগ্ৰহ কৰি অভিলেখ মহিলা দলটোৰ৷

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৬ উইকেট হেৰুৱাই ৬০৩ ৰান সংগ্ৰহ ভাৰতীয় দলটোৰ৷

শ্বেফালী বাৰ্মাৰ ২০৫ ৰান, স্মৃতি মান্ধানাৰ ১৪৯ ৰানৰ দুৰ্দান্ত বেটিং৷

চেন্নাই এম চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হৈছে টেষ্ট মেচখন৷

Leave A Reply