Breaking

৮৪ বছৰ বয়সত প্ৰসিদ্ধ ভাৰত নাট্যম শিল্পী য়ামিনী কৃষ্ণমূৰ্তিৰ দেহাৱসান…

0 20

প্ৰসিদ্ধ ভাৰত নাট্যম শিল্পী য়ামিনী কৃষ্ণমূৰ্তিৰ দেহাৱসান। ৮৪ বছৰ বয়সত বাৰ্ধক্যজনিত ৰোগত মৃত্যু সংগীত নাটক একাডেমী ফেলো, পদ্মবিভূষণ বঁটা প্ৰাপক, এগৰাকী আগশাৰীৰ ভাৰতনাট্যম প্ৰবক্তা য়ামিনী কৃষ্ণমূৰ্তিৰ।

৭ মাহে দিল্লীৰ এপল’ হাস্পতালৰ আই চি ইউত ভৰ্তি আছিল নৃত্য শিল্পীগৰাকী।

Leave A Reply

Your email address will not be published.