Breaking

ভাৰত তিব্বত সহযোগ মঞ্চৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভাত অসমৰ প্ৰতিনিধিৰ অংশগ্ৰহণ…

0 17

ভাৰত তিব্বত সহযোগ মঞ্চ, অসম প্ৰান্ত।
ভাৰত তিব্বত সহযোগ মঞ্চৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভাত অসমৰ প্ৰতিনিধিৰ অংশগ্ৰহণ।

ভাৰত তিব্বত সহযোগ মঞ্চ, অসম প্ৰান্তৰ অধ্যক্ষ কৈলাশ শৰ্মাৰ নেতৃত্বত তথা মঞ্চৰ উত্তৰ পূৰ্বাঞ্চলৰ সহ সংযোজক বিধায়ক হেমাঙ্গ ঠাকুৰীয়া,অসম প্ৰান্তৰ মহামন্ত্ৰী ড০ বিচম কুমাৰ সিং, মঞ্চৰ উপসভাপতি হেকচন,যুৱ বিভাগৰ সভাপতি হেমাঙ্গ মজুমদাৰ,দেৱাশীষ শৰ্মা, গণেশ সিং প্ৰমুখ্যে এটা ১২ জনীয়া প্ৰতিনিধি দলে ৩ আগষ্ট

তাৰিখে হাৰিয়ানাৰ সমালখাৰ পানীপটত অনুষ্ঠিত হৈ থকা ভাৰত তিব্বত সহযোগ মঞ্চৰ ৰাষ্ট্ৰীয় পৰিষদৰ মহাসভাত উপস্থিত থাকি মুকলি আলোচনাত অংশ গ্ৰহণ কৰে। ৰাষ্ট্ৰীয় পৰিষদ সদস্য অসমৰ উৰ্বশী মহন্তয়ো অংশ গ্ৰহণ

কৰে। ৰাষ্ট্ৰীয় পৰিষদৰ সভাত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ জেষ্ঠ্য প্ৰচাৰক তথা মঞ্চৰ মাৰ্গদদৰ্শক ড০ ইন্দ্ৰেশ কুমাৰ,তিব্বতৰ নিৰ্বাসিত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী, ভাৰত তিব্বত সহযোগ মঞ্চৰ ৰাষ্ট্ৰীয় মহামন্ত্ৰী শ্ৰী পঙ্কজ গোৱেলজিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.