Breaking

আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ পিছতে বৰ্খাস্ত অধ্যক্ষ সুৰহিতা পালক…

0 13

আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষ সুৰহিতা পালক অপসাৰণ।চিকিত্সালয়খনৰ আন দুজন চিকিত্সক অধীক্ষক ডাঃ বুলবুল মুখোপাধ্যায়, অৰুণভা দত্তক বদলি।

পশ্চিমবংগ স্বাস্থ্য বিভাগে বাতিল কৰিলে সন্দীপ ঘোষৰ নিযুক্তি।

ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ পিছতে বৰ্খাস্ত কলকাতাৰ আৰ জি কাৰ চিকিৎসালয়ৰ নতুন অধ্যক্ষ।

Leave A Reply

Your email address will not be published.