Breaking

Ripun Bora joins Congress ৰিপুণ বৰা কংগ্ৰেছত যোগদান

14

Ripun Bora returns to Congress

ৰিপুণ বৰাই আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছত দলত পুনৰ যোগদান কৰে। ৰাজ্যসভা নিৰ্বাচনত পৰাজয় কৰাৰ পাছতে প্ৰদেশ কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছ দললৈ গৈছিল ৰিপুণ বৰা । দেওবাৰে চৰাইদেউৰ মথুৰাপুৰত অনুষ্ঠিত হোৱা প্ৰদেশ কংগ্ৰেছৰ এক অনুষ্ঠানত বৰাই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। Ripun Bora left the PPCC and joined the Trinamool Congress.


After his defeat in the Rajya Sabha elections, Ripun Bora left the PPCC and joined the Trinamool Congress.

ৰাজ্যসভা নিৰ্বাচনত পৰাজয় কৰাৰ পাছতে প্ৰদেশ কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছ দললৈ গৈছিল ৰিপুণ বৰা । দেওবাৰে চৰাইদেউৰ মথুৰাপুৰত অনুষ্ঠিত হোৱা প্ৰদেশ কংগ্ৰেছৰ এক অনুষ্ঠানত বৰাই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। ৰিপুণ বৰাৰ পুনৰ যোগদানত ইতিমধ্যে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে অনুমোদন জনোৱা বুলি জানিব পৰা গৈছে।Ripun Bora, Ex-Assam Congress Chief quits party

Ripun Bora, Ex-Assam Congress Chief quits party

চৰাইদেউত অনুষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহকত মুখ্য অতিথি হিচাপে উপস্থিত থকে দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিং । নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক গৰাকীৰ উপস্থিতিৰ বাহিৰেও অসম কংগ্ৰেছৰ তিনিগৰাকী সাংসদ প্ৰদ্যুৎ বৰদলৈ,ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ উপস্থিত ৰিপুন বৰাই কংগ্ৰেছত যোগদান কৰে। Assam TMC president Ripun Bora resigns from the party and may rejoin Congres

After his defeat in the Rajya Sabha elections, Ripun Bora left the PPCC and joined the Trinamool Congress. Bora officially joined the Congress at a function held at Mathurapur in Charideo on Sunday.

কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছ দলটোৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব লৈছিল ৰিপুণ বৰাই । কিন্তু দলীয় কিছু কাম-কাজত অসন্তুষ্টি প্ৰকাশ কৰি তৃণমূল কংগ্ৰেছ ত্যাগ কৰে ৰিপুণ বৰাই । বৰাৰ লগতে অসম তৃণমূল কংগ্ৰেছ দলটো ত্যাগ কৰিছিল সাংগঠনিক সাধাৰণ সম্পাদক অৰূপজ্যোতি ভূঞা, প্ৰশাসনিক সাধাৰণ সম্পাদক‌‌‌ গজেন্দ্ৰ প্ৰসাদ উপমন্যু আৰু সাধাৰণ সম্পাদক‌‌‌ জুলফিকৰ হুছেইনে ।Assam TMC president Ripun Bora quits, says party perceived by public as ‘regional’

Published by: Gautam Kumar kakati

লগতে পঢ়ক National Clean Air City :National Clean Air City : বায়ুৰ মানদণ্ড উন্নত শীৰ্ষ মুখ্য চহৰ হিচাপে স্থান লাভ ছুৰাটৰ

Comments are closed.