Breaking

ঋষভ পণ্টৰ X-একাউণ্ট হেক ! ঋষভ পণ্টৰ X হেণ্ডেলত শ্বেয়াৰ কৰা প’ষ্টোত কমেন্ট কৰা এগৰাকী অনুৰাগীক ১০০০৮৯ টকা দিয়াৰ কথা ঘোষণা ঋষভ পণ্টৰ…

0 17

ঋষভ পণ্টৰ X-একাউণ্ট হেক! নীৰজ চোপ্ৰাই সোণৰ পদক লাভ কৰিলে অনুৰাগীক ১০০০৮৯ টকা আৰু বিমানৰ টিকট উপহাৰ দিয়াৰ ঘোষণা ঋষভ পণ্টৰ।

ঋষভ পণ্টৰ X হেণ্ডেলত শ্বেয়াৰ কৰা প’ষ্টোত কমেন্ট কৰা এগৰাকী অনুৰাগীক ১০০০৮৯ টকা দিয়াৰ কথা ঘোষণা ঋষভ পণ্টৰ।

যিগৰাকী অনুৰাগীৰ কমেন্ট অধিক লোকে পচন্দ কৰিব তেওঁক ১০০০৮৯ টকা প্ৰদান কৰাৰ ঘোষণা ঋষভ পণ্টৰ। আনহাতে শীৰ্ষ ১০ গৰাকী অনুৰাগীক বিমানৰ টিকট উপহাৰ দিয়াৰ ঘোষণা ক্ৰিকেটাৰগৰাকীয়ে X হেণ্ডেলত শ্বেয়াৰ কৰা প’ষ্টত।

Leave A Reply

Your email address will not be published.