Riyan Parag: ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক হ’ব ৰিয়ান পৰাগ

IPLৰ মহাৰণত অসম সন্তান ৰিয়ান পৰাগৰ বিশেষ অৱদান।(Riyan Parag)


ৰাজস্থান ৰয়েলছৰ নতুন অধিনায়ক হ’ব ৰিয়ান পৰাগ।


IPLৰ প্ৰথম তিনিখন খেলত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিব অসম সন্তান ৰিয়ান পৰাগে।


২৩ মাৰ্চত SRH বিৰুদ্ধে অপেনিং মেচত অধিনায়কৰ দায়িত্ব।

২৬ মাৰ্চত KKRৰ বিৰুদ্ধে গুৱাহাটীত অনুষ্ঠিত হব মেচ।

৩০ মাৰ্চত চেন্নাইৰ বিৰুদ্ধে গুৱাহাটীত অনুষ্ঠিতব্য মেচটো অধিনায়কৰ দায়িত্ব।

Related Articles