Breaking

গোৱালপাৰাৰ ধনুভাঙাত নিশা পথ দুৰ্ঘটনা…

0 68

গোৱালপাৰাৰ ধনুভাঙাত নিশা পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা বাহনৰ।

গছত খুন্দা মাৰি পথাৰত বাগৰি পৰে বাহনখন। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৮জনকৈ লোক।

আহত আটাইকেইজনকে চিকিৎসালয়ত ভৰ্তি।

Leave A Reply

Your email address will not be published.