Breaking

৪.১ কোটি যুৱকৰ বাবে ৰোজগাৰ ঘোষণা দেশৰ উচ্চ শিক্ষাৰ বাবে ১০ লাখ টকাৰ ঋণৰ ঘোষণা : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ…

0 25

১১বজাৰ লগে লগে সংসদ ভৱনত ২০২৪-২৫বৰ্ষৰ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

একেৰাহে সপ্তমবাৰৰ বাবে দেশৰ সাধাৰণ বাজেট দাখিল কৰা ইতিহাসৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। ইয়াৰ পূৰ্বে মোৰাৰজী দেশাইয়ে ৬বাৰকৈ বাজেট দাখিল কৰিছিল। সংসদ ভৱনত উপস্থিত হৈ বিত্ত মন্ত্ৰালয়ৰ কৰ্মচাৰীসকলৰ সৈতে ফটো প’জ দিলে নিৰ্মলা সীতাৰমণে।

দেশৰ অৰ্থব্যৱস্থা দ্ৰুতগতিত বৃদ্ধি হৈ আছে

দাম বৃদ্ধি বর্তমান নিয়ন্ত্রণতে আছে

৪.১ কোটি যুৱকৰ বাবে ৰোজগাৰ ঘোষণা দেশৰ উচ্চ শিক্ষাৰ বাবে ১০ লাখ টকাৰ ঋণৰ ঘোষণা

Leave A Reply

Your email address will not be published.