আজি গুৱাহাটীত IPLৰ মহাৰণ।(RR vs CSK IPL 2025)
বৰ্ষাপাৰাত সমুখ সমৰত ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ।
ৰিয়ান পৰাগৰ নেতৃত্বত খেলপথাৰত নামিব ৰাজস্থান ৰয়েলছ।
ৰিতুৰাজ গায়কোৱাডৰ নেতৃত্বত যুঁজ দিব চেন্নাই ছুপাৰ কিংছে।
সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’ব মেচখন।
মেচখনক লৈ ক্ৰিকেটপ্ৰেমীৰ মাজত ব্যাপক উৎকণ্ঠা।
ষ্টেডিয়ামৰ চাৰিওফালে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী।