গ্ৰাম্যৰ্থ

Pandu Multi Modal Terminal: পাণ্ডু বন্দৰত নিৰ্মীয়মান উত্তৰ-পূবৰ প্ৰথমটো জাহাজ মেৰামতি কেন্দ্ৰত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে পাণ্ডু বন্দৰত(Pandu Multi Modal Terminal) উপস্থিত হৈ উত্তৰ-পূব ভাৰতৰ প্ৰথমটো জাহাজ মেৰামতি কেন্দ্ৰৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ খতিয়ান লয়।

Darrang: সামাজিক বান্ধোনৰ নামত লজ্জাজনক কাণ্ড, ছাগলীৰে ভোজ নিদিয়াৰ বাবে ৩ মাহে এঘৰীয়া

(Social Bonding)সামাজিক বান্ধোনৰ নামত (Darrang) দৰঙত আকৌ পোহৰলৈ আহিছে এক আজৱ কাণ্ড। কোচ-ৰাজবংশী সম্প্ৰদায়ৰ এক পৰিয়ালক গাওঁ খনৰে একাংশ বৰমুৰীয়াই সামাজিক ভাৱে এঘৰীয়া কৰাই নহয়, ৫০ হাজাৰ টকা জৰিমনা আৰু ছাগলীৰে ভোজ-ভাত নিদিলে চিৰদিন গাওঁ খনত থাকিব লাগিব এঘৰীয়া হৈ। এই সিদ্ধান্তত অটল ৰামৰাইপাৰাবাসীয়ৈ বিগত তিনিমাহে গাঁওৰ পৰা এঘৰীয়া কৰি ৰাখিছে নবকান্ত বৰুৱাৰ পৰিয়ালটোক।

কেতিয়া হ’ব ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে পৰীক্ষা?

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ দিন ঘোষণা ১৫ ছেপ্টেম্বৰ আৰু ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব তৃতীয়বৰ্গৰ পৰীক্ষা আনহাতে ২৭ অক্টোবৰত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ পৰীক্ষা তৃতীয়...

বিহপুৰীয়া বিধান সমষ্টিৰ বিধায়কৰ শিক্ষা উন্নয়ন সমিতি চতুৰ্থ সংখ্যক কেন্দ্ৰীয় শিক্ষক দিৱস

বিগত বছৰ সমূহৰ দৰে এইবাৰো চতুৰ্থ সংখ্যক বিহপুৰীয়া সমষ্টিভিত্তিত বিধায়ক অমিয় কুমাৰ ভূঞাৰ তৎপৰতাত ৭৩ নং বিহপুৰীয়া বিধান সভা সমষ্টিৰ বিধায়কৰ শিক্ষা উন্নয়ন সমিতৰ...

অসমত জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰিয়াত আক্ৰান্ত হৈ ৩২ জনৰ মৃত্যু, আক্ৰান্ত ১১০০ জন

অসমত জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰিয়াত আক্ৰান্ত হৈ ৩২ জনৰ মৃত্যু, আক্ৰান্ত ১১০০ জন ২০২৪ বৰ্ষৰ জুন আৰু জুলাই মাহত অসমৰ ১১০০ গৰাকী লোকৰ...

Popular