গ্ৰাম্যৰ্থ

ৰৌতাত ইউৰীয়া সাৰৰ অভাৱত খেতিয়কৰ হাহাঁকাৰ

ওদালগুৰি জিলাৰ ৰৌতাত ইউৰীয়া সাৰৰ অভাৱত খেতিয়কৰ হাহাকাৰ সৃষ্টি হৈ আহিছে ৷ একাংশ অসাধু  ব্যৱসায়ীয়ে চলাইছে ৰমৰমীয়া ব্যৱসায়৷প্ৰতি বস্তা ইউৰীয়া সাৰ খেতিয়কে ক্ৰয় কৰিবলগীয়া হৈছে...

মৰাপাটৰ খেতি কৰি বিপদত চাপৰৰ চৰ অঞ্চলৰ একাংশ কৃষক

চাপৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ধীৰেৰচৰ গাঁও পঞ্চায়তৰ একাংশ কৃষকে মৰাপাট খেতি কৰি বিপদত পৰিছে।  মৰাপাট বিলাক কাটি কাটি পথাৰত পেলাই থৈ‌দেখা গৈছে। কিন্তু পানীৰ অভাৱত...

পথ নে পথাৰ ধৰিব নোৱাৰা হ’ল দাৰোগাখাট কলবাৰী গাওঁৰ এই পথছোৱা

BTR ওদালগুৰি জিলাৰ টংলা সসীপুৰ দাৰুগাখাটৰ পৰা বগপুৰি-কুকুৰাকাটালৈ সংযোগ হোৱা পথৰ দুৰৱস্থাই, প্ৰতিবছৰে ৰাইজক জ্বলা কলা খুৱাই আহিছে। ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বগপুৰি...

বঙৰাত পশুধনৰ টিকাকৰণ ও চিকিৎসা শিৱিৰ

পশ্চিম গুৱাহাটীৰ বঙৰা পাচনীয়াপাৰাত এছ.এছ.বি এণ্টাৰপ্ৰাইজৰ উদ্যোগত আৰু ৰাজ্যিক পশু চিকিৎসালয়, আজাৰাৰ সহযোগত আজি পশুধনৰ টিকাকৰণ ও চিকিৎসা শিৱিৰ অনুষ্ঠিত হয়। শিৱিৰত অঞ্চলটোৰ প্ৰায়...

পলাশবাৰী মাজকুছিত আত্ম সহায়ক গোটৰ শালি ধানৰ খেতি সম্পন্ন

দক্ষিণ কামৰূপৰ পলাশবাৰী মাজকুছি ৰাজহ গাওৰ দৎকুছিৰ সোণালী কৃষক আত্ম সহায়ক গোটৰ সদস্য সকলে লকডাউনৰ সময়ত কৃষি কৰ্মৰ লগত জড়িত হৈ প্ৰায় ২৯ বিঘা...

Popular