গ্ৰাম্যৰ্থ

ডবকাৰ চাংমাজি বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত পাঁচখনকৈ ব্যাৱসায়ীক প্ৰতিষ্ঠান ভস্মিভূত

ডবকা, ১৪ ডিচেম্বৰ : হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত চাংমাজি বজাৰত যোৱা নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাত আতংকিত হৈ পৰে ৰাইজে...

মৰিগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত ঠিকা আবন্টনৰ নামত টকাৰ উজান

গৌতম কুমাৰ কাকতি মৰিগাঁও, ১২ডিচেম্বৰ : কেন্দ্ৰীয় চৰকাৰে পাইপযোগে দেশৰ প্ৰতিখন গাঁও প্ৰতিটো পৰিয়ালৰক খোৱাপানী যোগান ধৰাৰ বাবে জলজীৱন মিছনৰ দৰে যি অভিলাসী আঁচনি গ্ৰহণ...

নগাঁৱৰ দেওধৰ গাওঁ পঞ্চায়তত একৈশ খন উন্নয়ন মূলক আঁচনিৰ শুভ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ ; তিনি অনুষ্ঠানলৈ চেক প্ৰদান

নগাঁও, ১১ ডিচেম্বৰঃ নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত দেওধৰ  গাঁও পঞ্চায়তত আজি একৈশটাকৈ উন্নয়ন মূলক আঁচনিৰ শুভ উদ্ধোধন আৰু তিনিটা অনুষ্ঠানলৈ পাঁচ লাখ টকাকৈ চেক...

চৰকাৰে কৰিব নোৱাৰা বৰলুইতৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে আগবাঢ়ি আহিছে লাহৰীঘাটৰ বানাক্ৰান্ত ৰাইজ

মৰিগাঁও, ১১ ডিচেম্বৰ :   মৰিগাও জিলাৰ লাহৰীঘাট বিধান সভা সমষ্টিত  ১৯৬৯চনৰ পৰাই ব্ৰহ্মপুত্ৰ নদীয়ে গৰাখহাই  এশৰো অধিক গাওঁ আৰু অৰ্ধশতাধিক মচজিদ, মন্দিৰ, নামঘৰ বিদ্যালয়...

“পথাৰো আমাৰ বজাৰো আমাৰ” কাৰ্য্যসূচীৰ আধাৰত অসম পশুধন নিগমৰ উদ্যোগত হাঁহ আৰু গাহৰি পোৱালী বিতৰণ

গুৱাহাটী, ১১ ডিচেম্বৰঃ অসম পশুধন নিগমে ৰাজ্যৰ অৰ্থনীতিত সংযোজন কৰা নৱতম কাৰ্য্যসূচী ‘পথাৰো আমাৰ বজাৰো আমাৰ‘ পদক্ষেপৰ আধাৰত আজি অসম পশুধন নিগম প্ৰাঙ্গনত প্ৰশিক্ষণপ্ৰাপ্ত...

Popular