গ্ৰাম্যৰ্থ

ৰাজ্যৰ দ্বিতীয় সৰ্ববৃহৎ জিলা সংগ্ৰহালয় উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

আজি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উদ্বোধন কৰে ১৯৮৭ চনৰ ১৬ মাৰ্চত সংগ্ৰহালয় সঞ্চালকালয়ৰ অধীনত প্ৰতিষ্ঠা কৰা ডিব্ৰুগড় জিলা সংগ্ৰহালয়ৰ নৱ নিৰ্মিত ভৱনটো । গুৱাহাটীৰ পিছতে...

পোনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

আজিৰে মহঙা হ'ল ৰন্ধন গেছৰ চিলিণ্ডাৰ । চৰকাৰী তৈল কোম্পানীসমূহে পোনৰ বৃদ্ধি কৰিলে ৰন্ধন গেছৰ মূল্য । চৰকাৰী তৈল কোম্পানীসমূহে প্ৰতি গেছ চিলিণ্ডাৰত ৫০টকাকৈ...

সামৰণি পৰিল জামুগুৰিহাটৰ ৰাস মহোৎসৱ ; প্ৰাণভৰি উপভোগ কৰিলে শ্ৰীকৃষ্ণৰ চন্দোময় নৃত্য

জামুগুৰিহাট, ৩০নৱেম্বৰ : শৰতৰ বিতোপন নিশা চন্দ্ৰমাৰ পোহৰত  উদ্ভাষিত মায়াময় পৰিৱেশত কালি  উদযাপন হ'ল জামুগুৰিহাটৰ থেকেৰাগুৰিৰ  ঐতিহ্যমণ্ডিত বাসুদেৱ থানৰ ৰাস মহোৎসৱ । ১৯৫৭চনৰ পৰাই...

অসমৰ সিমান্ত টেঙাপানী গাঁৱত অৰুণাচল আৰক্ষীৰ তাণ্ডৱ : কাটি, ভাঙি নদীত উটুৱাই দিছিল জুবিন গাৰ্গ দলং

ডিৰাক সীমান্ত, ৩০ নৱেম্বৰ: অসমৰ একেবাৰে পূব প্ৰান্তৰ তিনিচুকীয়া জিলাৰ ডিৰাক অঞ্চলত পাহাৰীয়া খৰশ্ৰুতা নদী ন-দিহিঙৰ বুকুত অঞ্চলটোৰ ৰাইজৰ একক প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিয়াইছিল...

চীনে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুখ্য বান্ধ নিৰ্মাণ কৰিব, এই নিৰ্মানে প্ৰভাৱিত কৰিব অসমক

চীনে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ-সীমাত এক মুখ্য জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা কৰিছে। প্ৰাপ্ত তথ্য মতে, চীনে দেশে পৰিকল্পনা কৰা বান্ধটো পৰৱৰ্তী বছৰত ৰূপায়ণ কৰা হ'ব।...

Popular