গ্ৰাম্যৰ্থ

পোনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

আজিৰে মহঙা হ'ল ৰন্ধন গেছৰ চিলিণ্ডাৰ । চৰকাৰী তৈল কোম্পানীসমূহে পোনৰ বৃদ্ধি কৰিলে ৰন্ধন গেছৰ মূল্য । চৰকাৰী তৈল কোম্পানীসমূহে প্ৰতি গেছ চিলিণ্ডাৰত ৫০টকাকৈ...

সামৰণি পৰিল জামুগুৰিহাটৰ ৰাস মহোৎসৱ ; প্ৰাণভৰি উপভোগ কৰিলে শ্ৰীকৃষ্ণৰ চন্দোময় নৃত্য

জামুগুৰিহাট, ৩০নৱেম্বৰ : শৰতৰ বিতোপন নিশা চন্দ্ৰমাৰ পোহৰত  উদ্ভাষিত মায়াময় পৰিৱেশত কালি  উদযাপন হ'ল জামুগুৰিহাটৰ থেকেৰাগুৰিৰ  ঐতিহ্যমণ্ডিত বাসুদেৱ থানৰ ৰাস মহোৎসৱ । ১৯৫৭চনৰ পৰাই...

অসমৰ সিমান্ত টেঙাপানী গাঁৱত অৰুণাচল আৰক্ষীৰ তাণ্ডৱ : কাটি, ভাঙি নদীত উটুৱাই দিছিল জুবিন গাৰ্গ দলং

ডিৰাক সীমান্ত, ৩০ নৱেম্বৰ: অসমৰ একেবাৰে পূব প্ৰান্তৰ তিনিচুকীয়া জিলাৰ ডিৰাক অঞ্চলত পাহাৰীয়া খৰশ্ৰুতা নদী ন-দিহিঙৰ বুকুত অঞ্চলটোৰ ৰাইজৰ একক প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিয়াইছিল...

চীনে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুখ্য বান্ধ নিৰ্মাণ কৰিব, এই নিৰ্মানে প্ৰভাৱিত কৰিব অসমক

চীনে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ-সীমাত এক মুখ্য জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা কৰিছে। প্ৰাপ্ত তথ্য মতে, চীনে দেশে পৰিকল্পনা কৰা বান্ধটো পৰৱৰ্তী বছৰত ৰূপায়ণ কৰা হ'ব।...

”মই আছুৰ উপদেষ্টা হৈ থাকিম” সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ঘোষণা

অৱশেষত আজি ৩০ নৱেম্বৰ সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ নতুন সমিতিখনে আছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত শপতগ্ৰহণ কৰিলে। জল্পনা-কল্পনাৰ অন্ত পেলাই সদৌ অসম...

Popular