গ্ৰাম্যৰ্থ

দিকচু গাওঁ পঞ্চায়তৰ প্ৰশংসনীয় পদক্ষেপ : মাটি কঠালৰ খেতিয়ে কঢ়িয়াইছে আশাৰ সঞ্চাৰ

নাজিৰা পৰা দিলীপ হাজৰিকাঃ অসমৰ পঞ্চায়তীৰাজ ব্যৱস্থাত বিভিন্ন দুৰ্নীতিৰ বাতৰিয়ে সঘন শিৰোনাম দখল কৰি থকা সময়তে শিৱসাগৰ জিলাৰ  এখন গাওঁ পঞ্চায়তে হাতত লোৱা উন্নয়নমূলক আঁচনিয়ে...

অনাহাৰী সকলক দুপুৰীয়া এসাজ বিতৰণ কৰিলে শিলাদিত্য দেৱে ।

লংকা  কৰ'ণা মহামাৰী ফলত সমগ্ৰ ভাৰতৰ লগতে অসমতো বলৱত  থকা লকডাউনৰ ফলত বিশেষ কৈ পথচাৰী,  মগনীয়া,  অনাহাৰী  লোকসকলৰ পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছিল।...

‘কন্যকা’ৰ আৰ্হি শদিয়াত প্ৰয়োগ কৰাৰ চিন্তা বিধায়ক বলীন চেতিয়াৰ

জামুগুৰিহাট চতিয়াৰ 'কন্যকা’ বহুমুখী কৃষি পাম পৰিদৰ্শন কৰিবলৈ সদলবলে শদিয়াৰ পৰা আহি বৃহস্পতিবাৰে চতিয়া পালেহি বিধায়ক বলীন চেতিয়া৷ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ...

ৰাজ‍্যৰ স্বাস্থ‍্য আৰু শিক্ষা খণ্ডলৈ সহায় আগবঢ়াইছে তথ‍্য প্ৰযুক্তি তথা বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে : মন্ত্ৰী কেশৱ মহন্ত

কলিয়াবৰ  দেশত ক’ৰোনাৰ সঙ্কটৰ সময়ত দেশৰ সকলো স্তৰ শঙ্কিত। সংক্ৰমণ বাঢ়ি অহাৰ লগে লগে দেশৰ চিকিৎসা খণ্ডত বাঢ়িছে অভাৱনীয় তৎপৰতা। চিকিৎসা বিভাগক সহায়ৰ দিশত দেশৰ...

টীয়কত ছোৱাইন ফিভাৰ প্ৰতিৰোধৰ বাবে এম এ চিৰ উদ্যোগত গাহৰি গড়ালত ছেনিটাইজেচনৰ ব্যৱস্থা

টীয়ক বিশ্ব আজি ক'ৰোনাৰ গ্ৰাসত কোঙা দেশে দেশত গৃহবন্দী প্ৰজা৷ অসমো তাৰ ব্যতিক্ৰম নহয়৷ ব্যৱসায়-বাণিজ্য, স্কুল-কলেজ সকলো বন্ধ৷ এই মহামাৰীৰ মাজতে ৰাজ্যত অন্য এক বিভীষিকা...

Popular