গ্ৰাম্যৰ্থ

নাজিৰাত বিকল পানী যোগান প্ৰকল্প মেৰামতিৰ নামত শ্ৰাদ্ধ চৰকাৰী ধন : সংবাদ মাধ্যমৰ বাতৰিত থৰকাছুটি হেৰুৱাইছে বিভাগীয় বিষয়া-ঠিকাদাৰে

নাজিৰা দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি অৱলম্বন কৰা বৰ্তমানৰ শাসকীয় দলৰ নেতাৰ আশীষধন্য হৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডলৰ একাংশ বিষয়া আৰু ঠিকাদাৰে মিলি বিশুদ্ধ...

মৎস্য পোনা ব্যৱসায়ৰে স্বাৱলম্বী হোৱাৰ বাট দেখুৱাইছে উচ্চ শিক্ষিত কৰ্মোদ্যমী কৃষক দ্বীপেন চুতীয়াই

ধনশিৰি যিটো সময়ত লক্ষ্য লক্ষ্য অসমীয়া যুৱকে কৰ্ম সংস্হাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, সেই সময়তে বহুতো কৰ্মোদ্যমী অসমীয়া যুৱকে ঘৰতে থাকি বিভিন্ন ধৰণৰ ব্যৱসায় কৰি...

শীতলপাটী গাঁৱৰ পথ নিৰ্মাণৰ আঁচনি সলনি : স্মাৰকপত্ৰ প্ৰদান, আন্দোলনৰ হুমকি

ডিৰাক সীমান্ত ডুমডুমা বিধান সভা সমষ্টিৰ অন্তৰ্গত কাকজান গাঁও পঞ্চায়তৰ অধীনস্থ চুক্ৰেটিং চাহ বাগিচাৰ কাষত থকা শীতলপাটী এখন ভিতৰুৱা আৰু অতি অনুন্নত গাঁও৷ শীতলপাটী গাঁৱলৈ...

নগাঁও জিলাত তৃতীয়জন কভিড -১৯ সংক্ৰমিত ব‍্যক্তি চিনাক্ত : মন্ত্ৰী কেশৱ মহন্তৰ প্ৰতিক্ৰিয়া

কলিয়াবৰ  নগাঁও জিলাত তৃতীয়জন কভিড-১৯ সংক্ৰমণৰ বিষয়ে প্ৰতিক্ৰিয়া আগবঢ়ালে মন্ত্ৰী কেশৱ মহন্তই। কভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধ অভিযানৰ নগাঁও আৰু শোণিতপুৰ জিলাৰ মুৰব্বী কেশৱ মহন্তই নগাঁৱত ক’ৰোনা...

শাক-পাচলিৰ পিছত মাংসৰ অনলাইন ব‍্যৱসায় আৰম্ভ : কলিয়াবৰৰ দুই যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

কলিয়াবৰ লকডাউনৰ জটিলতাৰ মাজতো আহিছে কিছু সুযোগ। সেই সুযোগৰ সদব‍্যৱহাৰ কৰি নতুন চিন্তাৰ দুৱাৰ মুকলি কৰিছে বহুজনে। যি ব‍্যৱসায়িক চিন্তা মানুহৰ মনলৈ অহাই নাছিল, জীৱন...

Popular