Breaking

অকাস্মাতে মহাকাশত ভাগি টুকুৰা-টুকুৰ ৰাছিয়াৰ নিৰীক্ষণ উপগ্ৰহ..

0 23

মহাকাশত ৰাছিয়াৰ এটা নিৰীক্ষণ উপগ্ৰহ ৰেছাৰ্ছ পি- ১ হঠাতে ভাগি টুকুৰা-টুকুৰ হৈ পৰে। উপগ্ৰহটো ভাগি চাৰিওফালে সিচঁৰিত হৈ পৰাৰ পিছতেই হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। চাৰিওফালে ভাগি সিচঁৰিত হৈ পৰা উপগ্ৰহটো প্ৰায় ১০০ টুকুৰা হোৱা বুলি অনুমান কৰে বুলি মহাকাশ বিজ্ঞানীয়ে নিশ্চিত কৰিছে ।

সম্প্ৰতি এদল মহাকাশ বিজ্ঞানীয়ে গৱেষণা চলাই থকাৰ কথা আন্তৰ্জাতিক সংবাদ মাধ্যমত প্ৰকাশিত হয় । উল্লেখ্য যে ২০২২ চনতে ৰাছিয়াই উক্ত উপগ্ৰহটোক অৱশ্যে মৃত বুলি ঘোষণা কৰিছিল ।

Leave A Reply