Breaking

এদিনীয়া ক্ৰিকেটত ৰিয়ানৰ উইকেট ! ৰিয়ানৰ বলত ৯৬ ৰানত পেভিলিয়নমুখী আভিষ্কা ফাৰ্ণাণ্ডো…

0 23

অভিষেক মেচত ৰিয়ান পৰাগৰ সফলতা। এদিনীয়া ক্ৰিকেটত ৰিয়ানৰ প্ৰথমটো উইকেট।

ৰিয়ানৰ বলত ৯৬ ৰানত পেভিলিয়নমুখী আভিষ্কা ফাৰ্ণাণ্ডো।

প্ৰথমবাৰলৈ আন্তঃৰাষ্ট্ৰীয় এদিনীয়া খেলত ৰিয়ান পৰাগ । শ্ৰীলংকাৰ বিৰুদ্ধে জীৱনৰ প্ৰথমখন ODI খেলিছে ৰিয়ান পৰাগে ।

Leave A Reply

Your email address will not be published.