Breaking

কইনাৰ ৰূপত শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰা

0 1,076

বিয়াৰ বতৰ, আৰু সেইকাৰণে শচীন তেণ্ডুলকাৰৰ জীয়ৰী ছাৰা (Sara Tendulkar)ই বিয়াৰ পোছাক পিন্ধা নিজৰ কেইবাখনো ফটো পোষ্ট কৰিছে।ছাৰাই এজন বন্ধুৰ বিয়াত কইনাৰ দৰে সাজ-পোছাক পিন্ধি উপস্থিত হৈছিল। সেই পোছাকত ছাৰাক বৰ ভাল লাগিছিল।নিজৰ ড্ৰেছিং চেঞ্চৰ বাবে এনেয়েও সামাজিক মাধ্যমত প্ৰশংসা লাভ কৰে ছাৰাই। এইবাৰো তাইক এক সুন্দৰ পোছাক পিন্ধা ৰাজকুমাৰীৰ দৰে লাগিছিল।যুৱৰাজ সিঙৰ পত্নী হেজেল কিচে ছাৰাৰ ছবিখনত এইদৰে মন্তব্য কৰিছে – তোমাক ৰাজকুমাৰীৰ দৰে দেখা গৈছে। বহুতেই ছাৰা তেণ্ডুলকাৰক বিউটী আইকন বুলি কয়। সামাজিক মাধ্যমত ছাৰাৰ ফটোখন কমেণ্টেৰে ভৰি পৰিছিল ।

যুৱৰাজ সিঙৰ পত্নী হেজেল কিচে ছাৰাৰ ছবিখনত এইদৰে মন্তব্য কৰিছে – তোমাক ৰাজকুমাৰীৰ দৰে দেখা গৈছে।

Leave A Reply

Your email address will not be published.